আজি হ’ব পুনিথ ৰাজকুমাৰৰ শেষকৃত্যঃ চাওঁক কিছু pHOTOS…

  • শোকাকুল পৰিৱেশৰ মাজতে আজি শেষকৃত্যু সম্পন্ন হব অভিনেতা পুনিথ ৰাজকুমাৰৰ।
Image
  • ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হব অভিনেতাগৰাকীৰ।
Image
  • শেষকৃত্য স্থলীৰ লগতে ৰাস্তাৰ কাষে কাষে অগণন গুণমুগ্ধৰ সমাগম।
Image
  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে পুৱাই অভিনেতাগৰাকীৰ ঘৰত উপস্থিত হৈ পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Image
  • ৰাজ্যখনৰ বাবে এয়া এক বৃহত ক্ষতি বুলি কয় তেওঁ।
Image
  • উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪৬বছৰ বয়সতে মৃত্যু হৈছিল পুনিথ ৰাজকুমাৰ।
Image


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EubYcS
via IFTTT

Comments