কোৰোনাঃ বিগত ২৪ঘন্টাত ৪৪৬গৰাকী ৰোগীৰ মৃত্যু…

- বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১২হাজাৰ ৮৩০গৰাকী লোক।
- ৪৪৬গৰাকী কোৰোনা ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
- এই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৪হাজাৰ৬৬৭গৰাকী লোক।
- কোৰোনাত আক্ৰান্ত হৈ বৰ্তমানলৈ ভাৰতত ৪লাখ ৫৮হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ।
- বৰ্তমানো দেশত ১লাখ ৬০হাজাৰ লোক চিকিতসাধীন হৈ আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BuG0eO
via IFTTT
Comments
Post a Comment