ELECTION UPDATE- পুৱা ৮বজালৈকে ৫সমষ্টিত কিমান শতাংশ ভোটদান…

  • পুৱা ৭বজাৰে পৰা ৰাজ্যৰ ৫সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • গোসাইগাঁৱত পুৱা ৮বজালৈকে ভোটদানৰ হাৰ হৈছে ৭শতাংশ।
  • থাওৰাত পুৱা ৮বজালৈকে ভোটদানৰ হাৰ হৈছে ৫শতাংশ।
  • ভৱানীপুৰত পুৱা ৮বজালৈকে ভোটদানৰ হাৰ হৈছে ৫শতাংশ।
  • মৰিয়নীত পুৱা ৮বজালৈকে ভোটদানৰ হাৰ হৈছে ৪শতাংশ
  • তামুলপুৰত পুৱা ৮বজালৈকে ভোটদানৰ হাৰ হৈছে ৫শতাংশ


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pR8gpK
via IFTTT

Comments