১জানুৱাৰীৰ নিশা বকোত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

ডিজিটেল ডেস্কঃ ১ জানুৱাৰী নিশা ৰাজ্যৰ ভিন্ন প্ৰান্ত সংঘটিত হয় পথ দুৰ্ঘটনা। বকোৰ হাহিমত নিশা সংঘটিত হোৱা দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী। আৰক্ষীয়ে সদৰি কৰা মতে, নিহত বাইক আৰোহীজনৰ নাম লস্কোমন মাৰাক।
নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাতপতিত হোৱা বাইকখনৰ আনগৰাকী আৰোহী গুৰুতৰভাৱে আহক হৈছে। নিশাই তেওঁক জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। আহত আকাশ ৰাভা নামৰ যুৱকগৰাকীৰ অৱস্থায়ো সংকটজনক বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sU7oSD
via IFTTT
Comments
Post a Comment