নলবাৰী CRPF কেম্পত কোভিডৰ ভয়ংকৰ সংক্ৰমণ…

  • ৰাজ্যত অতিপাত গতিত বাঢ়িছে কোৰোনাৰ সংক্ৰমণ।
  • নলবাৰী CRPF কেম্পত কোভিডৰ ভয়ংকৰ সংক্ৰমণ
  • বামুণবড়ী কেম্পৰ ১৩জনৰ দেহত কোভিড-১৯
  • আটাইকেইজন আক্ৰান্তক বেলশৰ মডেল হাস্পতালত ভৰ্তি
  • বৰ্তমান আটাইৰে স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qw4ZMo
via IFTTT

Comments