লখিমপুৰৰ কে বি ৰোডত ভয়ংকৰ ডকাইটি কাণ্ড, লুটি নিলে ৩০লাখ টকাৰ সামগ্ৰী…

- লখিমপুৰৰ কে বি ৰোডত ভয়ংকৰ ডকাইটি কাণ্ড ৷
- ঘৰৰ মালিকক বান্ধি পিস্তল দেখুৱাই ডকাইটে লুট কৰিলে নগদ ধন সহ প্ৰায় ত্ৰিশ লাখ টকাৰ সামগ্ৰী ৷
- জাকিৰ হুছেইন নামৰ লোকজনৰ ঘৰত এই ডকাইটি কাণ্ড ৷
- সন্ধিয়া আঠ বজাত ডকাইতিৰ ঘটনা সংঘটিত হয় ৷
- উল্লেখযোগ্য লখিমপুৰ চহৰৰ মুল পুলিচ পইন্টৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত এই ঘটনা সংঘটিত হয় ৷
- ব্যস্ততাপূৰ্ণ চহৰত ফূট গধুলীতে সংঘটিত এই ডকাইতি কাণ্ডই আৰক্ষীৰ জনতাৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3KgIFhP
via IFTTT
Comments
Post a Comment