অসম সাহিত্য সভাক লৈ এচাম লোকৰ অপপ্ৰচাৰ…

  • অসম সাহিত্য সভাক লৈ এক চক্ৰই চলাইছে ষড়যন্ত্ৰ।
  • উপ সভাপতি মৃণালীনি দেৱী সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি হ’ল বুলি চলাইছে অপপ্ৰচাৰ।
  • সাহিত্য সভাৰ সভাপতি আসনত এতিয়াও আছে বিশিষ্ট সাহিত্য কুলধৰ শইকীয়া।
  • সাংবিধানিকভাৱে সাহিত্য সভাৰ সভাপতি গৰাকীক ইচ্ছা কৰিলেই কোনেও আঁতৰাব নোৱাৰে।
  • একাংশ লোকে সাহিত্য সভাৰ নামত চলাইছে এনে অপপ্ৰচাৰ।
  • কোভিড সৃষ্ট পৰিৱেশৰ বাবে সাহিত্য সভাৰ নাৰায়ণপুৰৰ অধিবেশনক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা।
  • তাৰ মাজতে সাহিত্য সভাৰ এচাম সুবিধাবাদী লোকে চলাইছে এই অপপ্ৰচাৰ।
  • ইয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
  • অসম সাহিত্য সভাৰ জাতীয় অনুষ্ঠানক লৈ সৃষ্টি হোৱা অপপ্ৰচাৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
  • এচাম সুবিধাবাদী লোকে সাহিত্য সভাৰ নামত চলাইছে ৰাজনীতি।
  • সাহিত্য সভাৰ নামত দীপক বৰ্মন নামৰ লোকজনে চলাইছিল এনে অপপ্ৰচাৰ।
  • মানুহৰ মাজত চৰ্চা হৈছে সাহিত্য সভা ধ্বংস কৰিবৰ বাবে একাংশ লোকে কৰিছে এই কাম।
  • অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FWNQjt
via IFTTT

Comments