ৰাজ্যত কোভিডৰ নতুন SOP…

- ৰাজ্যত কোভিডৰ নতুন এছ অ’ পি জাৰি।
- ৰাজ্যৰ সকলো জিলাতে অষ্টম শ্রেণীলৈ বন্ধ থাকিব বিদ্যালয়।
- নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন।
- সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে ল’ব লাগিব প্রশাসনৰ অনুমতি।
- এটা স্থানত ২০ৰ অধিক আক্রান্ত হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IwyT9t
via IFTTT
Comments
Post a Comment