পুৱাই ভূমিকম্পৰ জোকাঁৰণি…

  • পুৱাই ভূমিকম্পৰ জোকাঁৰণি।
  • অৰুণাচল আৰু মিজোৰামত ভূমিকম্পৰ জোকাৰণি।
  • মিজোৰামত অনুভূত হোৱা ভূমিকম্পৰ প্ৰাৱল্য ৪.৩
  • ইফালে অৰুণাচলত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য ৪.৯
  • কোনো লোক হতাহত হোৱা নাই ভূমিকম্প দুটাত।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nwFsk7
via IFTTT

Comments