কাজিৰঙাত উত্তপ্ত পৰিস্থিতি: বন কৰ্মী-জীপছি চালকক প্ৰহাৰ পৰ্যটকৰ…

  • কাজিৰঙাৰ কহঁৰা বনাঞ্চলত উত্তপ্ত পৰিস্থিতি ।
  • পৰ্যটক হিচাপে অহা সেনা বাহিনীৰ লোকে প্ৰহাৰ কৰিলে বন কৰ্মী, জীপছি চালকক।
  • সুৰাপান কৰি উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিছিল লোক কেইজনে।
  • বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো অভব্য আচৰণ কৰাৰ অভিযোগ।
  • কহঁৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখত প্ৰৱেশ পথত অৱস্থান কৰিলে শতাধিক জীপছি চালকে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bLlHz87av
via IFTTT

Comments