গণৰাজ্য দিৱসৰ দিনাই ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ…

  • ৭৩ সংখ্যক গনৰাজ্য দিবসত কৰ্মচাৰীৰ প্ৰতিবাদ
  • অৱস্হান ধৰ্মঘটত বহিল চৰকাৰী কৰ্মচাৰী
  • চৰকাৰৰ প্ৰতি বঞ্চনাৰ অভিযোগ
  • ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি এই প্ৰতিবাদ
  • চাকৰি নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ দুলাল বৰাৰ
  • নগাঁও লোকনিৰ্মান বিভাগৰ কাৰ্যালয়ৰ সন্মূখত অৱস্হান
  • দুলাল বৰা লোকনিৰ্মানৰ যান্ত্ৰিক সংমণ্ডলৰ কৰ্মচাৰী


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3G2OcF2
via IFTTT

Comments