আজি ৭৩সংখ্যক গণৰাজ্য দিৱসঃ ১০.৩০বজাৰ পৰা দিল্লীত পেৰেড আৰম্ভ…

- আজি ৭০ সংখ্যক গণৰাজ্য দিৱস।
- সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত আয়োজন কৰাব হৈছে দিৱসটি।
- নতুন দিল্লীত আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উত্তোলন কৰিব জাতীয় পতাকা।
- দিল্লীৰ এই অনুষ্ঠানত প্ৰায় ৩০ হেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ।
- ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলনৰ পাছতে জাকজমক পৰিৱেশত বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানে প্ৰতীকপট,নৃত্য-গীত প্ৰদৰ্শন কৰিব।
- পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হব পেৰেড।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IHOaEB
via IFTTT
Comments
Post a Comment