গোৱালপাৰাত ১০ চকীয়া বাহনে মহটিয়ালে ই-ৰিক্সা, থিতাতে নিহত এজন…

  • গোৱালপাৰাৰ লক্ষীপুৰত দহচকীয়া বাহনে মহটিয়ালে ই-ৰিক্সা।
  • দুৰ্ঘটনাত থিতাতে নিহত ই-ৰিক্সাৰ যাত্রী মিজানুৰ নামৰ লোকজন।
  • গুৰুতৰভাৱে আহত ই-ৰিক্সা চালক আনিজুল হক।
  • দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যায় ই-ৰিক্সাখন।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োজনক।
  • আনিজুলক ততাতৈয়াকৈ চিকিৎসকে প্রেৰণ কৰে গোৱালপাৰালৈ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AfsDjl
via IFTTT

Comments