মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ২

- মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড।
- এটা অট্টালিকাৰ ২০নং মহলাত এই অগ্নিকাণ্ড।
- তাৰদেৱ এলেকাত সংঘটিত এই অগ্নিকাণ্ড।
- কমলা এৰ্পাটমেন্টৰ এই অগ্নিকাণ্ডৰ ফলত ২গৰাকী লোকৰ মৃত্যু।
- ১৫গৰাকীৰো অধিক লোক আহত হোৱাৰ খবৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3An9vQG
via IFTTT
Comments
Post a Comment