অসমত পুনৰ ২ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত, ২২জনে হেৰুৱালে প্ৰাণ…

  • অসমত পুনৰ ২২৯৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৫৩৫ জন কামৰূপ মেট্ৰ’ৰ, ১৪৩জন লখিমপুৰৰ, ১১৩জন দৰঙৰ, ১০০জন যোৰহাটৰ।
  • শনিবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ২২জনৰ মৃত্যু হয়।
  • ইফালে, বৰ্তমান সময়ত পজিটিভিটী হাৰ ৬.৪১ শতাংশ।
  • ৰাজ্যত শনিবাৰে সুস্থ হয় ৫৪৯৭জন লোক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HgNYmITUp
via IFTTT

Comments