ভাৰতত ২৪ঘন্টাত কোৰোনাই ল’লে ৪৩৯গৰাকী লোকৰ প্ৰাণ…

  • বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ৩লাখ ৬হাজাৰ ৬৪গৰাকী লোক।
  • ৪৩৯গৰাকী লোকৰ মৃ্ত্যু হৈছে বিগত ২৪ঘন্টাত।
  • দেশত পজিটিভিটিৰ হাৰ ২০.৭৫লৈ বৃদ্ধি।
  • ২৪ঘন্টাত সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৪৩হাজাৰ ৪৯৫গৰাকী ৰোগী।
  • বৰ্তমান দেশত চিকিতসাধীন অৱস্থাত আছে ২২লাখ ৫হাজাৰ লোক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IAfzZ5
via IFTTT

Comments