বিশিষ্ট সমাজ সংগঠক-শিক্ষাবিদ অভয় বৰুৱাৰ মৃত্যু…

  • শৰ্মিষ্ঠা প্ৰীতমৰ পিতৃ অভয় বৰুৱাৰ মৃত্যু।
  • বিশিষ্ট সমাজ সংগঠক , শিক্ষাবিদ অভয় বৰুৱাৰ মৃত্যু।
  • ৮৫ বছৰ বয়সত নিজা বাসভৱনত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।
  • প্ৰয়াত বৰুৱা সাহিত্য , নাট্যকলা , অভিনয় , কবি , অভিনয় , সংবাদসেৱা , ক্ৰীড়া ক্ষেত্ৰৰেও জড়িত আছিল।
  • সুবক্তা হিচাপেও জনপ্ৰিয় আছিল প্ৰয়াত অভয় বৰুৱা।
  • মঙ্গলবাৰে নিশা ৰহাৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • ৰাজ্যৰ নবপ্ৰজন্মৰ ভিতৰতে জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ পিতৃ আছিল প্ৰয়াত বৰুৱা।
  • অভয় বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে ৰহাৰ লগতে নগাঁৱতো শোকৰ ছাঁ পৰিছে।
  • অসম কবি সন্মিলনৰো সভাপতি আছিল অভয় বৰুৱা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Kn92CD
via IFTTT

Comments