মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ২যুৱক…

- মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান
- ভৰলুমুখৰ পৰা গ্রেপ্তাৰ ড্রাগছ সৰবৰাহকাৰী ২যুৱক
- গ্রেপ্তাৰ জিতু দাস আৰু দ্বীপজ্যোতি কলিতা
- দুই যুৱকৰ পৰা জব্দ হেৰ’ইন ভৰ্তি ৪১ টা কণ্টেইনাৰ
- জব্দ নগদ ধন আৰু এখন বাইক
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3u0MsKk
via IFTTT
Comments
Post a Comment