নগাঁও কাণ্ডঃ কীৰ্তি কলমক সাক্ষাৎ কৰি ঘটনাৰ বুজ ল’লে তদন্তকাৰী বিষয়া পৱন কুমাৰ বৰঠাকুৰে…

  • কীৰ্তি কমলৰ মুখেৰেই ঘটনাৰ বুজ ল’লে তদন্তকাৰী বিষয়া পৱন কুমাৰ বৰঠাকুৰে।
  • নগাঁৱৰ এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ দায়িত্বত আছে বিষয়াজন।
  • ঘটনা সন্দৰ্ভত কীৰ্তি কমল বৰাক সাক্ষাৎ কৰে বৰঠাকুৰে।
  • সম্প্ৰতি পূৰ্বতকৈ উন্নত গুলীবিদ্ধ কীৰ্তি কমল বৰাৰ স্বাস্থ্য ।
  • তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত সংবাদ মাধ্যমক অধিক নজনালে বৰঠাকুৰে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3r1XIUI
via IFTTT

Comments