অসমত ৩ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত, ৪জনৰ মৃত্যু…

- অসমত পুনৰ ৩৩৯০জন কোভিড পজিটিভ।
- শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৮৭৬জন লোক।
- ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু হয়।
- ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ১৭৭৭৭জন ৰোগী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ntZqwd
via IFTTT
Comments
Post a Comment