চাপৰত জব্দ চোৰাং গৰু, আটক দুজনক…

  • চাপৰত আৰক্ষীৰ অভিযানত জব্দ ১২টাকৈ চোৰাং গৰু।
  • ব্রহ্মপুত্রৰ পাৰৰ চান্দৰডিঙাৰ পৰা জব্দ গৰু কেইটা ।
  • জব্দকৃত গৰুকেইটা বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ আৰক্ষীৰ।
  • গৰুসহ আৰক্ষীয়ে আটক কৰে দুজন লোকক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IB4ib1
via IFTTT

Comments