কোৰোনাৰ আপডেটঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু…

- অসমত পুনৰ ২৮৬১জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ৫৯৯ জন কামৰূপ মেট্ৰ’ৰ।
- ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩২,০১৩জন ৰোগী।
- দুখৰ খবৰ যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ২১জনৰ মৃত্যু।
- অসমত বৰ্তমান পজিটিভিটী হাৰ ৬.৯৬ শতাংশ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IJvrbJ
via IFTTT
Comments
Post a Comment