অসমত পুনৰ ২০জনৰ মৃত্যু, কোৰোনাত আক্ৰান্ত ৯ শতাধিক…

- অসমত পুনৰ ৯১০জন কোভিডত আক্ৰান্ত।
- ইয়াৰে ৩৫৭জন কামৰূপ মেট্ৰ’ৰ, ৫১জন লখিমপুৰৰ, ৫০জন বৰপেটাৰ আৰু ৩০জন কামৰূপ গ্ৰাম্যৰ।
- ৰাজ্যত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২০জন লোকৰ মৃত্যু হয়।
- ইফালে, উক্ত দিনটোত ৰাজ্যত সুস্থ হয় ৭২৩০জন লোক।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৪৪৮জন ৰোগী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NajHQBDZC
via IFTTT
Comments
Post a Comment