লামডিঙত এটা দিনতে ৩০ জনকৈ লোকৰ দেহত কোৰোনা পজিটিভ…

- লামডিঙত এটা দিনতে ৩০ জনকৈ লোকৰ দেহত ক’ৰনা পজিটিভ ধৰা পৰে।
- লামডিং ৰেলৱে RPSF আৰক্ষীৰ ফাষ্ট বেটেলিয়ানৰ ২৮ জন জোৱান লগতে আৰু দুজনকৈ ৰেলৱে কৰ্মচাৰীৰ দেহত কভিড পজিটিভ ধৰা পৰে।
- লামডিঙ ৰেলৱে চিকিৎসালয়ত RPSF ফাষ্ট বেটেলিয়ানৰ সকলো জোৱানৰ কভিড পৰীক্ষা কৰা হৈছিল।
- বহি:ৰাজ্যৰ পৰা আহিছিল জোৱান সকল
- সংক্ৰমনৰ সংখ্যা বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ।
- লামডিং 1st বেটেলিয়ানৰ RPSF camp ত উপস্থিত হৈছে হোজাই জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত , হোজাই জিলাৰ স্বাস্থ্য বিভাগ লামডিঙ আৰক্ষী আৰু স্বাস্থ্য কৰ্মীসকল
- কণ্টেনমেইন জ’ন ঘোষণা কৰে হোজাই জিলা প্ৰশাসনে
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qF6mY8
via IFTTT
Comments
Post a Comment