দেশত অতিপাত গতিত বাঢ়িছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত অতিপাত গতিত বাঢ়িছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰতকৈ সোমবাৰে আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িল ১০হাজাৰকৈ। বিগত ২৪ঘন্টাত ভাৰতত ৩৩হাজাৰ ৭৫০গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে ১০হাজাৰো অধিক লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

উল্লেখ্য যে, বৰ্তমান ভাৰতত ১লাখ ৪৫হাজাৰ ৫৮২গৰাকী লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে ভাৰতত ৪লাখ ৮১হাজাৰ,৮৯৩গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত ২৪ঘন্টাত ১২৩গৰাকী লোকৰ মৃত্যু হৈছে দেশত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JyCQvz
via IFTTT

Comments