নগাঁৱৰ ৰূপহীত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী…

  • নগাওঁ আৰক্ষীৰ পুনৰ গুলীচালনা।
  • ৰূপহীত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলী চালনা আৰক্ষীৰ।
  • আৰক্ষীৰ গুলীত আহত জাহাংগীৰ আলম নামৰ ড্ৰাগছ মাফিয়াটো।
  • আহত জাহাংগীৰক চিকিৎসালয়ত ভৰ্তি।
  • জাহাংগীৰৰ ঘৰৰ পৰা আৰক্ষীয়ে ৩ বাকছত থকা ড্ৰাগছ।
  • আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰৌচন বিবি নামৰ এগৰাকী মহিলাকো ।
  • গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী জাহাংগীৰৰ পত্নী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zuzJjK
via IFTTT

Comments