পত্নীৰ সৈতে অভিনেতা জন অব্ৰাহম আক্ৰান্ত কোৰোনাত…

- কোৰোনাত আক্ৰান্ত হৈছে বলিউদৰ সুদৰ্শন অভিনেতা জন অব্ৰাহম।
- অভিনেতাগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে কোৰোনাত।
- পত্নী প্ৰিয়া ৰুচালৰ সৈতে ঘৰতে কোৱাৰেন্টাইন হৈ আছে অভিনেতা গৰাকী।
- ছচিয়েল মিডিয়াযোগে এই কথা নিজেই সদৰি কৰিলে জন অব্ৰাহমে।
- দুয়োৰে দেহত কোৰোনাৰ সকলো লক্ষণ দেখা পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ।
- তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FNN20Y
via IFTTT
Comments
Post a Comment