bREAKING- নুমলীগড়ত বন্যহস্তীৰ আক্রমণত দুজনকৈ কৃষকৰ মৃত্যু…

- নুমলীগড়ৰ কানাইঘাটৰ কৃষি পামত অঘটন
- বন্যহস্তীৰ আক্রমণত দুজনকৈ কৃষকৰ মৃত্যু
- পামঘৰত শুই থকা অৱস্থাত ৬ জন লোকক আক্রমণ
- কথমপি প্রাণ ৰক্ষা চাৰিজন লোকৰ
- মৃত লোকদ্বয় হোজাইৰ আকবৰ আলী, মহম্মদ ইছলামুদ্দিন
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JEeiBl
via IFTTT
Comments
Post a Comment