মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

সোমবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজনীৰ ভেটাগাঁৱত এশখন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মহিলাৰীয়ে ভাষণত কয়, ‘বিজনীবাসীৰ বাবে আজিৰ দিনটো ভাল কিয়নো ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰটোক অতিশীঘ্ৰে বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হ’ব। কিছুদিনৰ পিছৰ পৰা এই অঞ্চলৰ জনসাধাৰণে উন্নত চিকিৎসা লাভ কৰিব’। মুখ্য মন্ত্ৰী সৰ্বানন্দ […]

The post মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2XJkEIi
via IFTTT

Comments