উপনিৰ্বাচনৰ বিজয় এন আৰ চিৰ বিৰুদ্ধে জনাদেশ : মমতা বেনাৰ্জী
পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধ কৰি বৃহস্পতি বাৰে পশ্চিমবংগত কোনোধৰণৰ এন আৰ চিৰ কাম নহয় আৰু কোনো লোকক বিতাৰিত কৰা নহয় বুলি মন্তব্য কৰে। অলপতে পশ্চিমবংগৰ তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত আটাইকেইটা সমষ্টিতে ত্ৰিণামূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা প্ৰসংগত মত ব্যক্ত কৰি মমতাই এয়া এন আৰ চিৰ বিৰুদ্ধে জনমত বুলি কয়। […]
The post উপনিৰ্বাচনৰ বিজয় এন আৰ চিৰ বিৰুদ্ধে জনাদেশ : মমতা বেনাৰ্জী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2su06rP
via IFTTT
Comments
Post a Comment