আজি গুৱাহাটীত নৰ্থ-ইষ্ট য়ুনাইটেড বনাম মুম্বাই চিটিৰ মেচ
চলিত আই এছ এলত এই পৰ্যন্ত পৰাস্ত নোহোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি নিজৰ পঞ্চমখন মেচত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। হাই ভল্টেজ মেচখন গুৱাহাটীৰ সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। পইণ্টছ টেবুলৰ পঞ্চমস্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে নিজৰ অন্তিমখন মেচত এফ চি গোৱাৰ বিৰুদ্ধে ২-২ত ড্ৰ খেলিছিল। আৰু […]
The post আজি গুৱাহাটীত নৰ্থ-ইষ্ট য়ুনাইটেড বনাম মুম্বাই চিটিৰ মেচ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2siR5Bz
via IFTTT
Comments
Post a Comment