কেতিয়া উভটিব ভাৰতীয় দললৈ? অৱশেষত উত্তৰ দিলে ধোনীয়ে

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় দললৈ কেতিয়া প্ৰত্যাৱৰ্তন হ’ব বা ক্ৰিকেটাৰগৰাকীয়ে কেতিয়া অৱসৰ ঘোষণা কৰিব তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত চলিছে ব্যাপক চৰ্চা। ধোনীয়ে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব নে নাই তাক লৈ ইতিমধ্যে বহু ক্ৰিকেটাৰ তথা বিশেষজ্ঞই বিভিন্ন সময়ত ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি […]

The post কেতিয়া উভটিব ভাৰতীয় দললৈ? অৱশেষত উত্তৰ দিলে ধোনীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2XReea7
via IFTTT

Comments