দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কৃষক; চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন
এক অবাঞ্চিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটালত ভৰ্তি হৈ থকা যদুমনি নাথ নামৰ মাজুলীৰ এগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন। উল্লেখযোগ্য যে যোৱা দেওবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত মাজুলীৰ বৰুৱাবাৰী গাঁৱৰ কৃষক যদুমনি নাথ গুৰুতৰভাৱে আহত হৈছিল। ঘটনাৰ পিছতে গড়মূৰৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত লোকজনক ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক […]
The post দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কৃষক; চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34wGGAw
via IFTTT
Comments
Post a Comment