বিহালীৰ বতীয়ামাৰীত গ্ৰেপ্তাৰ ৪ চোৰাংচিকাৰী

  • বিহালীৰ বতীয়ামাৰীত চোৰাংচিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • গ্ৰেপ্তাৰ হ’ল ৪ চোৰাংচিকাৰী।
  • আৰক্ষী আৰু বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাই যৌথভাৱে অভিযান চলাইছিল।
  • কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যাৰ উদ্দেশ্যে প্ৰৱেশ কৰা কৰিছিল চোৰাংচিকাৰী কেইটাই।
  • গ্ৰপ্তাৰ হোৱা চিকাৰীকেইটা হৈছে ক্ৰমে, পাওচনথাং গুইটে, বাবুল দাস, বিমল বণিয়া আৰু সুখদেৱ মুখীয়া।
  • উদ্ধাৰ হৈছে আপত্তিজনক সামগ্ৰীও।

The post বিহালীৰ বতীয়ামাৰীত গ্ৰেপ্তাৰ ৪ চোৰাংচিকাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35NrFe3
via IFTTT

Comments