ধৰ্ণাত বহিল ছমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং জনস্বাস্থ্য কাৰিকৰীৰ কৰ্মচাৰী

দৰমহাৰ দাবিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হাফলং জনস্বাস্থ্যৰ ২৮২ গৰাকী কৰ্মচাৰী ধৰ্ণাত বহিছে। অল আচাম পি এইচ্ছ ই এমপ্লয়েজ এছ’চিয়েছনৰ হাফলং শাখাৰ উদ্যোগত হাফলং পি এইচ্ছ ই ডিভিচন কাৰ্যালয় চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ধৰ্ণাত কৰ্মচাৰীসকলে বিভাগীয় ভাৰপ্ৰাপ্ত কাৰ্যনিৰ্বাহী অভিযন্তা পিনাকী কৰ গো ব্যাক, পিনাকী কৰ মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। কৰ্মচাৰী […]

The post ধৰ্ণাত বহিল ছমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং জনস্বাস্থ্য কাৰিকৰীৰ কৰ্মচাৰী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2qRFQ2K
via IFTTT

Comments