শিৱসাগৰত দিনক দিনে বৃদ্ধি পাইছে ব্যক্তিগত নাৰ্চিং হোমৰ দৌৰাত্ম্য! মৌন শিৱসাগৰ জিলা প্ৰশাসন

চিকিৎসা সেৱা এক মহৎ সেৱা। ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে শিৱসাগৰত। দিনে দিনে বৃদ্ধি পাইছে শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৌৰাত্ম্য। বিগত দুটা মাহত শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ পদূলিত বিনা চিকিৎসাই ৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ভুল চিকিৎসাৰ বাবে যমজ সন্তানসহ এগৰাকী প্ৰসূতিয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। শুকুৰবাৰে পুৱাই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন ছাত্ৰক দুৰ্ঘটনাস্থলীৰ কাষতে […]

The post শিৱসাগৰত দিনক দিনে বৃদ্ধি পাইছে ব্যক্তিগত নাৰ্চিং হোমৰ দৌৰাত্ম্য! মৌন শিৱসাগৰ জিলা প্ৰশাসন appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2spW6s4
via IFTTT

Comments