দৰঙত বিধ্বংসী অগ্নিকাণ্ড, ৮ টা বাসগৃহ ভষ্মীভূত

- দৰঙত বিধ্বংসী অগ্নিকাণ্ড।
- ৮ টাকৈ বাসগৃহ ভষ্মীভূত।
- চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
- অগ্নি নিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
- জুইত জাহ যায় কেবা লাখ টকাৰ সা-সম্পত্তি।
- খাৰুপেটিয়াৰ ২ নং থেকেৰাগুৰিত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
- অগ্নিকাণ্ডৰ ফলত নগদ টকাও ভষ্মীভূত হয়।
- জুইল সূত্ৰপাত হোৱাৰ পিছতে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
The post দৰঙত বিধ্বংসী অগ্নিকাণ্ড, ৮ টা বাসগৃহ ভষ্মীভূত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DpV2XF
via IFTTT
Comments
Post a Comment