ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা; ৪ জনকৈ লোক থিতাতে নিহত

ডিগবৈৰ পাৱৈত দেওবাৰে নিশা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত চাৰিজনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লয়। লগতে ৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে তিনিচুকীয়া দিশৰ পৰা অহা এখন যাত্ৰীবাহী মেজিকৰ লগত মাৰ্ঘেৰিটা দিশৰ পৰা অহা এখন কয়লাভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। ফলত মেজিকখনৰ চালকসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। মেজিকখনত মুঠ […]

The post ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা; ৪ জনকৈ লোক থিতাতে নিহত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2D9YNjM
via IFTTT

Comments