শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী উদ্ধৱ থাকৰেৰ ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীক সাক্ষাৎ, চাওঁক VIDEO

- শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী উদ্ধৱ থাকৰেয়ে বুধবাৰে পুৱাই সাক্ষাৎ কৰিলে মাহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কৌশ্বিয়াৰীক।
- তেওঁৰ সৈতে পত্নীয়েও সাক্ষাৎ কৰে ৰাজ্যপালক।
- সাক্ষাতকালত কেবাগৰাকী নেতাই তেওঁক সংগ দিয়ে বুলি জানিব পৰা গৈছে।
- তিনিদিনীয়া দেৱেন্দ্ৰ ফড়নবিছ চৰকাৰ ভংগৰ পাছত শিৱসেনা-এনচিপি-কংগ্ৰেছে গঠন কৰিব চৰকাৰ।
- বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব থাকৰেই।
The post শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী উদ্ধৱ থাকৰেৰ ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীক সাক্ষাৎ, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Dh6FQB
via IFTTT
Comments
Post a Comment