নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দৈয়াং দলং

নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰী ৱাই পাট্টোনে বৃহস্পতিবাৰে দৈয়াং দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থিত দৈয়াং দলংখন ওখা জিলাৰ ছুংকি আৰু মুখামি গাঁৱক সংযোগ কৰিছে। এন পি ডব্লিউ ডি(এন এইচ)ৰ মুখ্য অভিযন্তা কে থেনুই জনোৱা মতে, ২০১৬ চনৰ ২২ জানুৱাৰিত দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল আৰু চলিত বৰ্ষৰ ৩০ এপ্ৰিলত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ […]

The post নাগালেণ্ডৰ উপ মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দৈয়াং দলং appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2OUChRh
via IFTTT

Comments