তিহাৰ জেলত পি চিদাম্বৰমক সাক্ষাৎ প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ

  • তিহাৰ জেলত পি চিদাম্বৰমক সাক্ষাৎ প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ।
  • বুধবাৰে পুৱাই প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।
  • উল্লেখ্য যে, সোমবাৰে পুৱাই শশী থাৰুৰেও লগ কৰিছিল পি চিদাম্বৰমক।
  • মঙলবাৰে পি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি আছিল।
  • কংগ্ৰেছ নেতাগৰাকীক জামিন নিদিয়ে উচ্চতম ন্যায়ালয়ে।

The post তিহাৰ জেলত পি চিদাম্বৰমক সাক্ষাৎ প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DmojCi
via IFTTT

Comments