সাজু কৰক পৰিকল্পনা; ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক
২০১৯বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ আৰম্ভ হ’বলৈ আৰু কেইঘন্টামানহে বাকী আছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বৰ্ষান্ত উদযাপন তথা খ্ৰীষ্টমাছ উদযাপনৰ বাবে পৰিকল্পনা আৰম্ভ হৈছে। ইয়াৰ মাজতে আপোনাৰ ধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ বন্ধৰ দিনকেইটালৈ এবাৰ চকু ফুৰাই চাওক। ২০১৯’ৰ ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৯দিনৰ বাবে বেংক বন্ধ থাকিব। বেংক বন্ধ থকাৰ বাবে এ টি […]
The post সাজু কৰক পৰিকল্পনা; ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/33BIC9A
via IFTTT
Comments
Post a Comment