ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৭

- মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ধুলেত এখন মহিন্দ্ৰা পিক আপ ভানে খুন্দা মাৰে দলঙত।

- দুৰ্ঘটনাত নিহত হয় ৭ জনকৈ লোক।
- আনহাতে আহত হৈছে ২০ জন লোক।
- শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

The post ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৭ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OzsGAl
via IFTTT
Comments
Post a Comment