মহানগৰীত নিশা সুৰামত্ত আৰক্ষীৰ তাণ্ডৱ…VIDEO

- মহানগৰীত নিশা সুৰামত্ত আৰক্ষীৰ তাণ্ডৱ।
- সুৰামত্ত আৰক্ষীৰ বাইকে খুন্দা মাৰিলে আন এখন চাৰি চকীয়া বাহনত।
- বাইকত অহা ২ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়।
- জু ৰোডৰ নীলমণি ফুকন পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- প্ৰচণ্ড গতিত আহি বাইকখনে বাহনখনত খুন্দা মৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ।
- ঘটনাস্থলীত উপস্থিত গীতানগৰ আৰক্ষীৰ লোক উপস্থিত হৈ কৰায়ত্ত কৰে দুয়োজনকে।
The post মহানগৰীত নিশা সুৰামত্ত আৰক্ষীৰ তাণ্ডৱ…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2sqcc4Y
via IFTTT
Comments
Post a Comment