পশ্চিমবংগৰ মালডাত বিধ্বংসী অগ্নিকাণ্ড; প্ৰাণ হেৰুৱালে শেফালী বৰুৱাই

পশ্চিমবংগৰ মালডাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত মহিলা গৰাকীৰ নাম শেফালী বৰুৱা, বয়স ৫৫ বছৰ। উক্ত অগ্নিকাণ্ডৰ জুইত ১৫টাতকৈ অধিক জুপুৰি জাহ যায় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এক সূত্ৰ মতে বুধবাৰে পুৱা প্ৰায় ৪ বজাত মালডা নগৰৰ উত্তৰ বালুচৰ অঞ্চলৰ এটা পজাত সূত্ৰপাত হোৱা উক্ত জুই শীঘ্ৰে বস্তিটোৰ আন […]

The post পশ্চিমবংগৰ মালডাত বিধ্বংসী অগ্নিকাণ্ড; প্ৰাণ হেৰুৱালে শেফালী বৰুৱাই appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/34rNKhZ
via IFTTT

Comments