অসুস্থ বদৰুদ্দিন আজমল…

  • অসুস্থ এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমল।
  • জ্বৰ, মধুমেহ আৰু শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে আজমল।
  • হোজাইৰ হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আজমল।
  • দেওবাৰে হাস্পতালত ভৰ্তি কৰোৱা হয় আজমলক।
  • পূৰ্বৰ তুলনাত স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে এ আই ইউ ডি এফৰ নেতাজনৰ।
  • সম্পূৰ্ণ সুস্থ নোহোৱালৈকে আৰু কেইদিনমান চিকিৎসালয়ত থাকিব আজমল।

The post অসুস্থ বদৰুদ্দিন আজমল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qLc7IK
via IFTTT

Comments