তীব্ৰবেগী BMWৰ খুন্দাত নিহত এজন, আহত ১

  • হায়দৰাবাদৰ হিতেশ চিটীত ভয়ংকৰ দুৰ্ঘটনা।
  • এখন তীব্ৰবেগী বিএমডব্লিউৰ খুন্দাত নিহত এজন পথচাৰী।
  • ভুল দিশেৰে আহি দুই পথচাৰীক খুন্দা মাৰে বিএমডব্লিউ খনে।
  • দুৰ্ঘটনাটোত আন এজন পথচাৰী গুৰুতৰভাৱে আহত হয়।
  • আহত জনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
  • ইফালে বিএমডব্লিউ খনৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে।
  • মদ্যপান কৰি বাহন চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

The post তীব্ৰবেগী BMWৰ খুন্দাত নিহত এজন, আহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37zuzVq
via IFTTT

Comments