ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত; জৰিমনাৰ সন্মুখিন এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰ

ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰিকেট শৃংখলা সমাপ্ত হোৱাৰ পাছত বাংলাদেশৰ ক্ৰিকেটাৰ সকল স্বদেশলৈ উভতি গলেও দলটোৰ ৰিজাৰ্ভ অপেনাৰ সইফ হাচান ভাৰতত অনুমতি বিহীনভাৱে থকাৰ বাবে জৰিমনাৰ সন্মুখিন হ’বলগীয়া হয়। ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত থকা বাবে বাংলাদেশী ক্ৰিকেটাৰ গৰাকীয়ে শাস্তিৰ সন্মুখিন হ’বলগীয়া হয়। ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বাংলাদেশ দলত স্থান লাভ কৰিছিল সইফে। দলত […]

The post ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত; জৰিমনাৰ সন্মুখিন এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Rbba7x
via IFTTT

Comments