বিশ্বৰ প্ৰেক্ষাপটত সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খোল খাইছে, ইয়াৰ কৃতিত্ব লাভ কৰে প্ৰধানমন্ত্ৰী মোডীয়েঃ ৰাজনাথ সিং

- পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
- একাডেমীত পাছিং আউট পেৰেডৰ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰগৰাকীয়ে।
- তাৰ পিছতে এক সভাত অংশ লয় ভাষণ প্ৰদান কৰে ৰাজনাথ সিঙে।
- ভাষণত সন্ত্ৰাসবাদী বিষয়ক লৈ পাকিস্তানক আক্ৰমণ তেওঁৰ।
- ‘আজি বিশ্বৰ প্ৰেক্ষাপটত সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খোল খাইছে’।
- তাৰ কৃতিত্ব লাভ কৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।’
- ‘প্ৰধানমন্ত্ৰী মোডীৰ কূটনৈতিক দক্ষতাৰ বাবেই সেয়া সম্ভৱ হৈছে।’
- ‘আজি পাকিস্তান সন্ত্ৰাসবাদী বিষয়ক লৈ সমগ্ৰ বিশ্বৰ পৰাই গৰিহণা পাব লগা হৈছে।’
- ‘পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত ভাৰতত গোপন যুদ্ধ চলাব বিচাৰিছে।’
- ‘কিন্তু মই অতি দায়বদ্ধতাৰে কওঁ যে পাকিস্তানে গোপন যুদ্ধত জয়লাভ কৰিব নোৱাৰে।’
- ‘ভাৰতীয় সেনাই পাকিস্তানক বাৰে বাৰে উচিত শিক্ষা দি আহিছে আৰু ভৱিষ্যতেও দিব।’
The post বিশ্বৰ প্ৰেক্ষাপটত সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খোল খাইছে, ইয়াৰ কৃতিত্ব লাভ কৰে প্ৰধানমন্ত্ৰী মোডীয়েঃ ৰাজনাথ সিং appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37Qj8c4
via IFTTT
Comments
Post a Comment