অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব জিৰাফ

  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী।
  • দীৰ্ঘদিন ধৰি চিৰিয়াখানাত নাছিল জিৰাফ।
  • অসম ৰাজ্যিক চিৰিয়াখানালৈ আনি থকা হৈছে এটা জিৰাফ।
  • মধ্য প্ৰদেশৰ পৰা এই জিৰাফটো আনি থকা হৈছে বুলি জানিব পৰা গৈছে।
  • আজি চিৰিয়াখানা পাবহি জিৰাফটো।
  • বন বিভাগৰ এক সূত্ৰত প্ৰকাশ এই কথা।

The post অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব জিৰাফ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rEGWyF
via IFTTT

Comments